Tএই প্ৰকল্প অল্প সমল আr& বিনামূলীয়া প্ৰযুক্তিৰে r°পাঙ্কন কৰা হৈছে। নিৰ্দিষ্ট বয়সৰ শিকণ ফলাফলৰ ওপৰত লক্ষ্য ৰাখি এই প্ৰকল্প সমূহ উন্নীত কৰা হৈছে। আমি আকৰ্ষণীয় আr& একাধিক বিষয় আr& শিকাৰ সৈতে সম্পৰ্কিত প্ৰকল্প প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো প্ৰকল্পৰ বাবে দিনে এঘণ্টাকৈ সপ্তাহ জুৰি সময় ধাৰ্য্য কৰা হৈছে। ইয়ে বিকল্প অনলাইন-বিদ্যালয় অথবা পৰিপূৰকৰ অবিহনে কাৰ্য্যকৰী কৰাৰ পৰিপ্ৰেক্ষিতত সহায় কৰিব।

আমাৰ অভিপ্ৰায় হ’ল এই প্ৰকল্পসমূহ আপোনাৰ বাবে উপযোগী আr& প্ৰাসংগিক কৰি তোলা। অনুগ্ৰহ কৰি শিক্ষাৰ্থী সকলৰ কাৰ্য্য সমূহ আr& উন্নীত প্ৰকল্প সমূহৰ প্ৰতিক্ৰিয়া জনাওক এই link তঃ Feedback Form

এই কাৰ্য্য Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International Licenseৰ অধীনত কৰা হয়।

Filter By