EDUCATION RESOURCES FOR HOME SCHOOLING

গৃহ শিক্ষাৰ বাবে শিক্ষা সমল

গোটেই বিশ্ব জুৰি, কভিদ-১৯ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসেৰে সমগ্ৰ দেশৰ লগতে স্থানীয় বিদ্যালয় সমূহ বন্ধ হৈ পৰাত এতিয়ালৈকে এশ কৌটিৰো অধিক শিশুৱে বিদ্যালয়লৈ যোৱা নাই। দুৰ্ভাগ্যক্ৰমে, দেশসমূহে অনিৰ্দিষ্ট কাললৈ বিদ্যালয় সমূহ বন্ধ কৰি দিছে, যাৰ ফলত বিদ্যালয়লৈ নোযোৱা শিশুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক গাঢ় হৈ পৰিছে।

বৰ্তমান এই মহামাৰীৰ সময়ত বিশ্ব সম্প্ৰদায় সমূহে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি থকাৰ পৰিপ্ৰেক্ষিতত, দীৰ্ঘদিন ধৰি বিদ্যালয় সমূহৰ বন্ধই নিম্নবিত্ত আr& অশিক্ষিত সম্প্ৰদায়ৰ শিক্ষাৰ্থী সকলৰ বাবে এক গম্ভীৰ সমস্যাৰ সৃষ্টি কৰিছে । ইতিমধ্যে বহুতো বিদ্যালয়ে দূৰ শিক্ষণ সমাধান গ্ৰহণ আr& কাৰ্য্যকৰী কৰিছে। অন্যহাতে, অনুমোদিত প্ৰাসঙ্গিক বৈদ্যূতিন সামগ্ৰী, দূৰশিক্ষা আন্তঃগাঠনি আr& যোগাযোগৰ অভাবত বিশ্বব্যাপি অধিক সংখ্যক শিক্ষাৰ্থী বঞ্চিত হৈ ৰৈছে গৈছে। বৈদ্যূতিন মাধ্যমেৰে সংযোগ কৰিব পৰা ছাত্ৰ-ছাত্ৰী বা বৈদ্যূতিন মাধ্যমেৰে সংযোগ কৰিব নোৱাৰা উভয় পক্ষৰ বাবেই অস্থায়ী সমাধান প্ৰস্তুত কৰি উলিয়াব লাগে।

তাzক্ষণিক সঁহাৰি হিচাপে উদ্ভাৱনী উন্নয়ন অধিদপ্তৰ (Innovative Development Directorate)EAA ই শিক্ষাৰ যাত্ৰা চলাই নিয়াৰ বাবে শিকন সমল প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। এই সমল সমূহ NGO, বিদ্যালয়, শিক্ষাবিদ, অভিভাৱক আr& অৰ্ধ বিশ্বব্যাপী পৰিয়ালৰ শিক্ষাৰ্থী, যিসকলৰ লগত যোগাযোগ হোৱা নাই আr& যিসকলে শিক্ষাৰ পৰিপূৰক অনলাইন বিদ্যালয় অভিমুখে গতি কৰিছে সেই সকলৰ বাবে প্ৰস্তুত কৰা হৈছে।

কেনেকৈ আমি বৈদ্যূতিন মাধ্যমৰ পৰা বিচ্ছিন্ন সম্প্ৰদায় সমূহৰ লগত বিকল্প মাধ্যমেৰে যোগাযোগ কৰিব পাৰি সেই বিষয়ে বুজি আr& ভাল অনুশীলন বিতৰণৰ ওপৰত IDD য়ে গৱেষণা কৰি আছে। যদি আপুনি কোনো NGO বা বিদ্যালয়ৰ অংশীদাৰ হয় তেন্তে আমালৈ innovations@eaa.org.qa ত মেইল কৰক অথবা এইlinkত গৈ অনলাইন প্ৰ-পত্ৰখন সম্পূৰ্ণ কৰি পঠিয়াওক।

বিনামূলীয়া ইণ্টাৰনেট শিক্ষা সমল অধিকোষ (INTERNET FREE EDUCATION RESOURCE BANK)

শৈক্ষিক প্ৰকল্পৰ অধিকোষ হৈছে যিয়ে বিষয় জুৰি, আন্তঃসৃঙ্খল, আকৰ্ষণীয় আৰ্ প্ৰযুক্তি মাধ্যমৰ অবিহনে কাৰ্য্যকৰী কৰিব পাৰে। প্ৰকল্প সমূহ বিভিন্ন বয়স অনুযায়ী আৰ্ অল্প সমল প্ৰয়োজনেৰে ৰাপাঙ্কন কৰা হৈছে।

IDD য়ে এই তালিকা আr& অধিকোষ উন্নীত কৰি থাকিব, তেনেদৰে নতুন নতুন শিক্ষা সমলৰ উন্নীত কৰণেৰে গুণগত শিক্ষাৰ যাত্ৰা নিশ্চিত কৰিব ।

এই কাম Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International Licenseৰ অনুজ্ঞা পত্ৰৰ অধীনত কৰা হয়।.