Tএই প্ৰকল্প অল্প সমল আr& বিনামূলীয়া প্ৰযুক্তিৰে r°পাঙ্কন কৰা হৈছে। নিৰ্দিষ্ট বয়সৰ শিকণ ফলাফলৰ ওপৰত লক্ষ্য ৰাখি এই প্ৰকল্প সমূহ উন্নীত কৰা হৈছে। আমি আকৰ্ষণীয় আr& একাধিক বিষয় আr& শিকাৰ সৈতে সম্পৰ্কিত প্ৰকল্প প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো প্ৰকল্পৰ বাবে দিনে এঘণ্টাকৈ সপ্তাহ জুৰি সময় ধাৰ্য্য কৰা হৈছে। ইয়ে বিকল্প অনলাইন-বিদ্যালয় অথবা পৰিপূৰকৰ অবিহনে কাৰ্য্যকৰী কৰাৰ পৰিপ্ৰেক্ষিতত সহায় কৰিব।

আমাৰ অভিপ্ৰায় হ’ল এই প্ৰকল্পসমূহ আপোনাৰ বাবে উপযোগী আr& প্ৰাসংগিক কৰি তোলা। অনুগ্ৰহ কৰি শিক্ষাৰ্থী সকলৰ কাৰ্য্য সমূহ আr& উন্নীত প্ৰকল্প সমূহৰ প্ৰতিক্ৰিয়া জনাওক এই link তঃ Feedback Form

এই কাৰ্য্য Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International Licenseৰ অধীনত কৰা হয়।

Filter By

population
জনসংখ্যা লোকপিয়ল (পৰ্য্যায় - ২)
নিৰীক্ষন / তদাৰক:
মাধ্যম নিৰীক্ষণ
বিষয় তালিকা:
গণিত
প্ৰয়োজনীয় সমল
কম সমলৰ প্ৰয়োজনীয়তা
store
দাম কিমান ? (পৰ্য্যায়-১)

শিক্ষাৰ্থীয়ে জোখ-মাপ, সংখ্যা, আকৃতি, দাম, যোগ, বিয়োগৰ সৈতে বহুত গাণিতিক ধাৰণা বিশ্লেষণ কৰিব আr& নিজৰ দোকান স্থাপনৰ লগতে মূল্য নিৰ্ধাৰণো কৰিব।

শীৰ্ষস্থানীয় প্ৰশ্ন

তুমি নিজৰ দোকান স্থাপন কৰিব পাৰিবা নে?

প্ৰয়োজনীয় মুঠ সময়:
৬ দিনত ৫ ঘণ্টা।
নিৰীক্ষন / তদাৰক:
মাধ্যম নিৰীক্ষণ
বিষয় তালিকা:
গণিত, চিত্ৰ আৰু ৰূপাঙ্কন
প্ৰয়োজনীয় সমল
কম সমলৰ প্ৰয়োজনীয়তা
News
জনসংখ্যা লোকপিয়ল (পৰ্য্যায় - ২)
নিৰীক্ষন / তদাৰক:
মাধ্যম নিৰীক্ষণ
বিষয় তালিকা:
ভাষা
প্ৰয়োজনীয় সমল
কম সমলৰ প্ৰয়োজনীয়তা